Digital Marketing কি?- এক চমু পৰিচয় আজিৰ দিনত সকলো কম অনলাইন যোগে হয়। ইন্টাৰনেটে আমাৰ জীৱন বহুত উন্নত কাম সহজ কৰিছে আৰু ইয়াৰ সহায়ত আমি বহু সুবিধাৰ আনন্দ কেবল ফোন বা লেপটপৰ জৰিয়তে লব পাৰো। অনলাইন বজাৰ কৰা, Ticket বুকিং কৰা, mobile ত recharge কৰা, বিভিন্ন বিল দিয়া, টকা পইচা পঠিওৱা আদি নানান কাম আমি ইন্টাৰনেটৰ জৰিয়তে কৰিব পাৰোঁ। ইন্টাৰনেটৰ প্ৰত্যেক দৰ্শকৰ এই আকৰ্ষণৰ কাৰণে ব্যৱসায় হিচাপে Digital Marketing আঁকোৱালি লৈছে। Digital Marketing ৰ এক চমু ধাৰণা: আগলৈ পঢ়িবলৈ লিংকটোত ক্লিক কৰক https://kothabotora.com/what-is-digitsl-marketing-a-short-description/